ৰাগঃ কৌ
ধ্ৰুং।। চলৰে চল বন্ধু উদ্ধৱ হে।
সুমৰি গোকুল, মন দহে গোপী আকুল হামু বিৰহে।।
পদ।। সুমৰি সুমৰি মন ঝুৰয় ঘন ঘন
ধৰিতে না পাৰে হিয়াৰে।
হামত নিতে নিত চুম্পি প্ৰাণ চিত
সয়ল গোপিনী ধৰে জীৱৰে।।
পুত্ৰ পৰিবাৰ ছাড়ল নিৰন্তৰ
হামাতে কয় পাতি-আশা।
মাধৱ দাস দীন কহয় ভকতি হীন
মই হৰি দাসকু-দাসা।।
ধ্ৰুং।। চলৰে চল বন্ধু উদ্ধৱ হে।
সুমৰি গোকুল, মন দহে গোপী আকুল হামু বিৰহে।।
পদ।। সুমৰি সুমৰি মন ঝুৰয় ঘন ঘন
ধৰিতে না পাৰে হিয়াৰে।
হামত নিতে নিত চুম্পি প্ৰাণ চিত
সয়ল গোপিনী ধৰে জীৱৰে।।
পুত্ৰ পৰিবাৰ ছাড়ল নিৰন্তৰ
হামাতে কয় পাতি-আশা।
মাধৱ দাস দীন কহয় ভকতি হীন
মই হৰি দাসকু-দাসা।।