ৰাগঃ ললিত
ধ্ৰুং।। মাই! খেলত গোপাল গোসাঁই।
কালিন্দী-পুলিন বনহি যদুনন্দন ফিৰত গউৱা চৰাই।।
পদ।। গজগতি গমন চলয় জগ-জীৱন
গোধন আগু বুলায়।
আনন্দে নন্দ-নন্দন পৰম আনন্দ মন
মোহন বাঁশীৰ বজায়।।
সনক সনাতন যতহি যোগীজন
যাকেৰি চৰণ ধিয়াই।
সোহি নন্দ-নন্দন গোকুল মহ মিলল
দীন মাধৱে গুণ গায়।।
ধ্ৰুং।। মাই! খেলত গোপাল গোসাঁই।
কালিন্দী-পুলিন বনহি যদুনন্দন ফিৰত গউৱা চৰাই।।
পদ।। গজগতি গমন চলয় জগ-জীৱন
গোধন আগু বুলায়।
আনন্দে নন্দ-নন্দন পৰম আনন্দ মন
মোহন বাঁশীৰ বজায়।।
সনক সনাতন যতহি যোগীজন
যাকেৰি চৰণ ধিয়াই।
সোহি নন্দ-নন্দন গোকুল মহ মিলল
দীন মাধৱে গুণ গায়।।
No comments:
Post a Comment