ৰাগঃ অহিৰ
ধ্ৰুং।। শ্যাম কমল-লোচন। শিশু সঙ্গে চলে বৃন্দাবন।।
পদ।। সুৰভি চলয় আগ ধায়া ধায়া লৱে আগ
কনক লাঞ্চনী উৰি হাতে।
শ্ৰৱণে কুণ্ডল ডোলে কুটিল কুণ্ডল লোলে
ময়ূৰ পুচ্ছ ঝলমল মাথে।।
হালয় সুন্দৰ কটি বিলোলিত পীট ধটি
চৰণে মঞ্জীৰ মণি ঝুৰে।
বাম কপোল বাম বাহু মূলে আৰোপিয়া
কুঞ্চিত অধৰে বেণু পূৰে।।
নয়ন পঙ্কজ-পাসি মোখে মনোহৰ হাসি
ভ্ৰূৱযুগ মদনৰ তনু।
ৰতন ভূষণ চয় চাৰু অঙ্গে উজ্জ্বৰিত
নব-ঘন জিনি জ্বলে তনু।।
বৃন্দাবনে ধেনু মেলি শিশু সঙ্গে কৰে কেলি
যোগী যাৰ চৰণ ধিয়ায়।
পৰম মূৰুখ মতি কহয় মাধৱ গতি
নন্দ-নন্দন দুহো পায়।।
ধ্ৰুং।। শ্যাম কমল-লোচন। শিশু সঙ্গে চলে বৃন্দাবন।।
পদ।। সুৰভি চলয় আগ ধায়া ধায়া লৱে আগ
কনক লাঞ্চনী উৰি হাতে।
শ্ৰৱণে কুণ্ডল ডোলে কুটিল কুণ্ডল লোলে
ময়ূৰ পুচ্ছ ঝলমল মাথে।।
হালয় সুন্দৰ কটি বিলোলিত পীট ধটি
চৰণে মঞ্জীৰ মণি ঝুৰে।
বাম কপোল বাম বাহু মূলে আৰোপিয়া
কুঞ্চিত অধৰে বেণু পূৰে।।
নয়ন পঙ্কজ-পাসি মোখে মনোহৰ হাসি
ভ্ৰূৱযুগ মদনৰ তনু।
ৰতন ভূষণ চয় চাৰু অঙ্গে উজ্জ্বৰিত
নব-ঘন জিনি জ্বলে তনু।।
বৃন্দাবনে ধেনু মেলি শিশু সঙ্গে কৰে কেলি
যোগী যাৰ চৰণ ধিয়ায়।
পৰম মূৰুখ মতি কহয় মাধৱ গতি
নন্দ-নন্দন দুহো পায়।।
No comments:
Post a Comment