ৰাগঃ ললিত
ধ্ৰুং।। গোপাল খেলে বালক সঙ্গে।
মোহন বেণু পূৰে মন-ৰঙ্গে।।
পদ।। শ্যাম শৰীৰে শোভে পীতবাস।
ভুৱন ভুলি কয়ো পৰকাশ।।
ঠমকে চলাৱে দুহোঁ অৰুণ পাৱ।
ৰুণু ঝুণু কয়ো নূপুৰ বাৱ।।
হৃদয়ে হাৰ লুলে গজমতি।
পেখি মোহ ভয়ো ব্ৰজ-যুৱতী।।
মাধৱ দাস কহ শুনহ মুৰাৰি।
ভকতি দান দেহু কৰহোঁ গোহাৰি।।
ধ্ৰুং।। গোপাল খেলে বালক সঙ্গে।
মোহন বেণু পূৰে মন-ৰঙ্গে।।
পদ।। শ্যাম শৰীৰে শোভে পীতবাস।
ভুৱন ভুলি কয়ো পৰকাশ।।
ঠমকে চলাৱে দুহোঁ অৰুণ পাৱ।
ৰুণু ঝুণু কয়ো নূপুৰ বাৱ।।
হৃদয়ে হাৰ লুলে গজমতি।
পেখি মোহ ভয়ো ব্ৰজ-যুৱতী।।
মাধৱ দাস কহ শুনহ মুৰাৰি।
ভকতি দান দেহু কৰহোঁ গোহাৰি।।
No comments:
Post a Comment