ৰাগঃ অহিৰ
ধ্ৰুং।। গোবিন্দ চিন্তহু বাল-গোপালং।
ৰতন তলপ মহ শয়নে ৰহতু হৰি পঙ্কজ-নয়ন বিশালং।।
পদ।। কৰ-পঙ্কজযুগ ধৰি পদ-পঙ্কজ
বয়ন-পঙ্কজে নিৱেশিতং।
মুনিবৰ কৈচন ছোড়ি অমিয়া
তযু পদ-পঙ্কজ ৰস পীতং।।
ওহি মন ভাৱে পৰম ৰতি কৌতুকে
নিজ-পদ পঙ্কজ পানং।
বালক কেলি অমিয়া ৰস সাগৰ
মাধৱ কহ পৰমাণং।।
ধ্ৰুং।। গোবিন্দ চিন্তহু বাল-গোপালং।
ৰতন তলপ মহ শয়নে ৰহতু হৰি পঙ্কজ-নয়ন বিশালং।।
পদ।। কৰ-পঙ্কজযুগ ধৰি পদ-পঙ্কজ
বয়ন-পঙ্কজে নিৱেশিতং।
মুনিবৰ কৈচন ছোড়ি অমিয়া
তযু পদ-পঙ্কজ ৰস পীতং।।
ওহি মন ভাৱে পৰম ৰতি কৌতুকে
নিজ-পদ পঙ্কজ পানং।
বালক কেলি অমিয়া ৰস সাগৰ
মাধৱ কহ পৰমাণং।।
No comments:
Post a Comment