ৰাগঃ অহিৰ
ধ্ৰুং।। উঠ উঠ বাপু চান্দ-বয়ন।
যশোৱা মাৱে ডাকে ঘনে ঘন।।
পদ।। লহু লহু বহে মলয়া বাৱ।
কোকিলে তেজে সুললিত ৰাৱ।।
ৰবি পৰশল তিমিৰ নাশি।
সঙ্গহি বালক সব মিলিল আসি।।
দধি দুগ্ধ ঘৃত ব্যঞ্জন ভাতে।
পাঞ্চনি সিঙ্গা বেত বেণু হাতে।।
গোবৎস পাল লেহু সঙ্গে কৰি।
উঠ গোষ্ঠে চল ঠাকুৰ মেৰি।।
যশোৱাকু বাণী শুনি হৃষীকেশ।
বালক সঙ্গে গোষ্ঠে পৰবেশ।।
দীন মাধৱে কহয় পৰমাণ।
হৰি বিনে নাহি তাৰক আন।।
ধ্ৰুং।। উঠ উঠ বাপু চান্দ-বয়ন।
যশোৱা মাৱে ডাকে ঘনে ঘন।।
পদ।। লহু লহু বহে মলয়া বাৱ।
কোকিলে তেজে সুললিত ৰাৱ।।
ৰবি পৰশল তিমিৰ নাশি।
সঙ্গহি বালক সব মিলিল আসি।।
দধি দুগ্ধ ঘৃত ব্যঞ্জন ভাতে।
পাঞ্চনি সিঙ্গা বেত বেণু হাতে।।
গোবৎস পাল লেহু সঙ্গে কৰি।
উঠ গোষ্ঠে চল ঠাকুৰ মেৰি।।
যশোৱাকু বাণী শুনি হৃষীকেশ।
বালক সঙ্গে গোষ্ঠে পৰবেশ।।
দীন মাধৱে কহয় পৰমাণ।
হৰি বিনে নাহি তাৰক আন।।
No comments:
Post a Comment