ৰাগঃ ললিত
ধ্ৰুং।। যশোমতী পেখিতে নয়ন জুৰায়।
জগজন জীৱন, ভকত পৰম ধন হাসি হাসি চৰণ ঘষায়।।
পদ।। কবহু বৈঠিয়েকহোঁ পেখিয়ে যশোৱা মাই
হাম্ফলি চলে ঘনে ঘন।
ভাষতু 'মাই' 'মাই' কৰু থেন বেন
যশোৱা পেখিতে ঝুৰে মন।।
যশোৱা সুন্দৰী কুচকহোঁ ধৰি হৰি
বয়না কয় স্তন পান।
হাঁসিয়া যশোৱা মাই চুম্বয় ঘন ঘন
দীন মাধৱে গুণ গান।।
ধ্ৰুং।। যশোমতী পেখিতে নয়ন জুৰায়।
জগজন জীৱন, ভকত পৰম ধন হাসি হাসি চৰণ ঘষায়।।
পদ।। কবহু বৈঠিয়েকহোঁ পেখিয়ে যশোৱা মাই
হাম্ফলি চলে ঘনে ঘন।
ভাষতু 'মাই' 'মাই' কৰু থেন বেন
যশোৱা পেখিতে ঝুৰে মন।।
যশোৱা সুন্দৰী কুচকহোঁ ধৰি হৰি
বয়না কয় স্তন পান।
হাঁসিয়া যশোৱা মাই চুম্বয় ঘন ঘন
দীন মাধৱে গুণ গান।।
No comments:
Post a Comment