ৰাগঃ গৌৰী
ধ্ৰুং।। ব্ৰজ-জীৱন দয়াল দীন-দয়ালু এ নন্দ-কুমাৰ মনোমোহনু।
কোমল কেলি-কলাৰস নাগৰ মনোহৰ শ্যাম-কাম-দোহনু।।
পদ।। নীল মৃণাল ললিত ভুজ কোমল
কঙ্কণ কনক-ভূষণ ৰঞ্জনু।।
শৰত-সুজাত কমল-কোষ-গঞ্জনু
পদযুগ-ভকত-ভীতি ভঞ্জনু।।
শাৰদ ইন্দু কোটি ৰুচিৰানন
সুন্দৰ তিলক ৰাজীৱ-লোচনু।
মঞ্জুল মধুৰ মূৰুতি সুখ সাগৰ
মাধৱ কহ-প্ৰভু ভৱ-মোচনু
হৰি দুঃখ মোচনু।।
ধ্ৰুং।। ব্ৰজ-জীৱন দয়াল দীন-দয়ালু এ নন্দ-কুমাৰ মনোমোহনু।
কোমল কেলি-কলাৰস নাগৰ মনোহৰ শ্যাম-কাম-দোহনু।।
পদ।। নীল মৃণাল ললিত ভুজ কোমল
কঙ্কণ কনক-ভূষণ ৰঞ্জনু।।
শৰত-সুজাত কমল-কোষ-গঞ্জনু
পদযুগ-ভকত-ভীতি ভঞ্জনু।।
শাৰদ ইন্দু কোটি ৰুচিৰানন
সুন্দৰ তিলক ৰাজীৱ-লোচনু।
মঞ্জুল মধুৰ মূৰুতি সুখ সাগৰ
মাধৱ কহ-প্ৰভু ভৱ-মোচনু
হৰি দুঃখ মোচনু।।
No comments:
Post a Comment