ৰাগ: মাহুৰ ধনশ্ৰী
ধ্ৰুং।। ৰাজতু-নন্দ-ৰাজকু নন্দন।
যাকেৰি চৰণ ৰেণু জগ বন্দন।।
পদ।। শুদ্ধ পৰম ব্ৰহ্ম গোপ-কুমাৰা।
ত্ৰিভুৱন-তাৰণ হেতু অৱতাৰা।।
কাৰ্ত্তিক ময়ুৰ পুৰ্চ্ছ শোভে শিৰে।
মণি-গিৰি-গৈৰিক ৰঞ্জে শৰীৰে।।
কুন্তল কুটিল অলক-ৰাজি মণ্ডন।
নখমণি চন্দ্ৰ তাপ-তিনি-খণ্ডন।।
নবীন গুঞ্জামণি হাৰ বিৰাজিত।
স্তৱক-ৰাজ দুহো শ্ৰৱণে বিভূষিত।।
নানা ৰতন জড়িত অঙ্গ-ভূষণ।
লাৱণ্য-ধাম শ্যাম তনু শোভন।
মুকুতি-বিড়ম্বন লীলা যাঁহাৰু।
মাধৱ কহ গতি নন্দ কুমাৰু।।
ধ্ৰুং।। ৰাজতু-নন্দ-ৰাজকু নন্দন।
যাকেৰি চৰণ ৰেণু জগ বন্দন।।
পদ।। শুদ্ধ পৰম ব্ৰহ্ম গোপ-কুমাৰা।
ত্ৰিভুৱন-তাৰণ হেতু অৱতাৰা।।
কাৰ্ত্তিক ময়ুৰ পুৰ্চ্ছ শোভে শিৰে।
মণি-গিৰি-গৈৰিক ৰঞ্জে শৰীৰে।।
কুন্তল কুটিল অলক-ৰাজি মণ্ডন।
নখমণি চন্দ্ৰ তাপ-তিনি-খণ্ডন।।
নবীন গুঞ্জামণি হাৰ বিৰাজিত।
স্তৱক-ৰাজ দুহো শ্ৰৱণে বিভূষিত।।
নানা ৰতন জড়িত অঙ্গ-ভূষণ।
লাৱণ্য-ধাম শ্যাম তনু শোভন।
মুকুতি-বিড়ম্বন লীলা যাঁহাৰু।
মাধৱ কহ গতি নন্দ কুমাৰু।।
No comments:
Post a Comment