ৰাগঃ মল্লাৰ
ধ্ৰুং।। বাইৰ হুৱা আছে দেখো সই সুন্দৰ নন্দেৰ বালা।
হাতে বাঁশী মুখে হাসি গলায় কদম্বেৰ মালা।।
পদ।। দেখি নাই শুনি নাই এমন বৰণ কালা।
শ্যাম কটি পীত ধটি উৱৰে মেখলা।।
খেড়ি খেলাইতে চলিয়া আছে মোহন কদম্ব তলা।
ধায়া ধায়া মাৰে কানু গোপ ছৱালক ঠেলা।।
কদম্ব তলে দেখো সই সৱ ছৱালৰ মেলা।
নানান বিনোদ ৰসে পাতিয়া আছে খেলা।।
হৰিৰ সঙ্গে খেলান খেলে পুণ্য কৰিছে ভালা।
কহয় মাধৱ গতি গতি এ বাল গোপালা।।

No comments:
Post a Comment