ৰাগঃ বেলোৱাৰ
ধ্ৰুং।। বিৰিন্দাবনে ভেটলো এ হৰি এ গুণেৰ নিধি।
অপৰূপ ৰূপে নয়ন দুহোঁ পুৰল হামাৰি সুপৰসন বিধি।।
পদ।। সতড়িত নীল নবীন মেঘ জিনিয়ে
তনু শোভিত পীতবাসে
নিৰমল গগণে তাৰক ঝিকি জিনিয়ে
ৰতন ভূষণ পৰকাশে।।
সুন্দৰ কেশ সুৰেশ ভাল বনিয়ে
শোভে কুসুম অপাৰা।
প্ৰফুল্লিত যৈচে নীলগিৰি শিখৰ
পেখি মন মোহিত হামাৰা।।
ব্ৰজেৰ বালক মাজে বিনোদ নাগৰ গুৰু
খেলত বহু ৰস ভাৱে।
ৰসেৰ মাধুৰি হৰি ত্ৰিভুবন মোহয়
দীন মাধৱ দাসে গাৱে।।
ধ্ৰুং।। বিৰিন্দাবনে ভেটলো এ হৰি এ গুণেৰ নিধি।
অপৰূপ ৰূপে নয়ন দুহোঁ পুৰল হামাৰি সুপৰসন বিধি।।
পদ।। সতড়িত নীল নবীন মেঘ জিনিয়ে
তনু শোভিত পীতবাসে
নিৰমল গগণে তাৰক ঝিকি জিনিয়ে
ৰতন ভূষণ পৰকাশে।।
সুন্দৰ কেশ সুৰেশ ভাল বনিয়ে
শোভে কুসুম অপাৰা।
প্ৰফুল্লিত যৈচে নীলগিৰি শিখৰ
পেখি মন মোহিত হামাৰা।।
ব্ৰজেৰ বালক মাজে বিনোদ নাগৰ গুৰু
খেলত বহু ৰস ভাৱে।
ৰসেৰ মাধুৰি হৰি ত্ৰিভুবন মোহয়
দীন মাধৱ দাসে গাৱে।।
No comments:
Post a Comment