ৰাগঃ মাহুৰ ধনশ্ৰী
ধ্ৰুং।। ৰাম! তেৰি চৰণ-কমলে ৰতি লাগোঁ,
মাগোঁ ভকতি গোসাঞি।
হামু অনাথ নাথ তুহুঁ গোবিন্দ
অগতিক-গতি আৱৰি কোই নাই।।
পদ।। নিৰমল ভকতি ৰাজ তুৱা নাম গুণ,
তা বিনা পতিত তাৰক নাহি কোই।
হামু পতিত তুমহি একু পালক
ই বেৰি গোসাঞি বঞ্চবি নাহি মোই।।
তুৱা নিজ-দাস-সঙ্গতি, ৰতি, ভকতি
তৃণ দশনে মাগোহোঁ প্ৰভো ৰাম।
তব নিজ দাসকু দাসক লেৱনা
মাধৱ কহয় আৱৰি নাহি কাম।।
ধ্ৰুং।। ৰাম! তেৰি চৰণ-কমলে ৰতি লাগোঁ,
মাগোঁ ভকতি গোসাঞি।
হামু অনাথ নাথ তুহুঁ গোবিন্দ
অগতিক-গতি আৱৰি কোই নাই।।
পদ।। নিৰমল ভকতি ৰাজ তুৱা নাম গুণ,
তা বিনা পতিত তাৰক নাহি কোই।
হামু পতিত তুমহি একু পালক
ই বেৰি গোসাঞি বঞ্চবি নাহি মোই।।
তুৱা নিজ-দাস-সঙ্গতি, ৰতি, ভকতি
তৃণ দশনে মাগোহোঁ প্ৰভো ৰাম।
তব নিজ দাসকু দাসক লেৱনা
মাধৱ কহয় আৱৰি নাহি কাম।।
No comments:
Post a Comment