ৰাগঃ শ্ৰী
ধ্ৰুং।। প্ৰাণ পীতাম্বৰ বজায় আৱত বেণু।
বালক বেঢ়ি খেড়ি কৌতুক শোহে তনু ধেনু ৰেণু।।
পদ।। চন্দন তিলক অলক চাৰু সুন্দৰ
ভ্ৰুৱ সুৱলিত চাৰু হাসে।
থিৰ বিজুৰী উজ্জ্বৰ ঘন যৈচন
শ্যাম শোভিত পীতবাসে।।
বেণু বিষাণ নিশান শত বাজত
ধেনু চলাৱত ৰঙ্গে।
নিৰমল গগণে তাৰক যৈচে জলকে
ৰতন ভূষণ কালা অঙ্গে।।
কুন্দ কুসুম কেশ ভূষিত সুন্দৰ বেশ
বিনোদ বিমল ৰসসিন্ধু।
কহয় মাধৱ ওহি জগজন জীৱন
ভকত জনেৰ নিজ বন্ধু।
ধ্ৰুং।। প্ৰাণ পীতাম্বৰ বজায় আৱত বেণু।
বালক বেঢ়ি খেড়ি কৌতুক শোহে তনু ধেনু ৰেণু।।
পদ।। চন্দন তিলক অলক চাৰু সুন্দৰ
ভ্ৰুৱ সুৱলিত চাৰু হাসে।
থিৰ বিজুৰী উজ্জ্বৰ ঘন যৈচন
শ্যাম শোভিত পীতবাসে।।
বেণু বিষাণ নিশান শত বাজত
ধেনু চলাৱত ৰঙ্গে।
নিৰমল গগণে তাৰক যৈচে জলকে
ৰতন ভূষণ কালা অঙ্গে।।
কুন্দ কুসুম কেশ ভূষিত সুন্দৰ বেশ
বিনোদ বিমল ৰসসিন্ধু।
কহয় মাধৱ ওহি জগজন জীৱন
ভকত জনেৰ নিজ বন্ধু।
No comments:
Post a Comment