ৰাগঃ সিন্ধুৰা
ধ্ৰুং।। ঐচন মোহন বাল-গোপালা।
কমল নয়ন স্বামী এ পীত বসন গলে গজমতি মালা।।
পদ।। মধুৰ মধুৰ ধ্বনি মুৰৰী বাৱত
পঞ্চম গাৱত ৰঙ্গে।
ত্ৰিভঙ্গ ললিত অঙ্গ বেণু কৰতল
খেলাই বালক সঙ্গে।।
চাঞ্চুৰ চিকুৰ মাথে ময়ুৰেৰ
পুচ্ছ পৰিধান ভালা।
ঝলমল মণি মকৰ কুণ্ডল
শোহে তনু ঘন কালা।।
হাসিত সুন্দৰ চাৰু অৰুণাধৰ
মঞ্জীৰ পদ কমলে।
কোটি মদন মনো মোহন মধুৰ
মূৰুতি সুন্দৰ জ্বলে।।
সিদ্ধ মুনি সুৰ শঙ্কৰ যাকেৰি
চৰণ ৰেণু ধিয়াই।
কহয় মাধৱ দীন সো হৰি খেলত
বালক সঙ্গে মিলাই।।
ধ্ৰুং।। ঐচন মোহন বাল-গোপালা।
কমল নয়ন স্বামী এ পীত বসন গলে গজমতি মালা।।
পদ।। মধুৰ মধুৰ ধ্বনি মুৰৰী বাৱত
পঞ্চম গাৱত ৰঙ্গে।
ত্ৰিভঙ্গ ললিত অঙ্গ বেণু কৰতল
খেলাই বালক সঙ্গে।।
চাঞ্চুৰ চিকুৰ মাথে ময়ুৰেৰ
পুচ্ছ পৰিধান ভালা।
ঝলমল মণি মকৰ কুণ্ডল
শোহে তনু ঘন কালা।।
হাসিত সুন্দৰ চাৰু অৰুণাধৰ
মঞ্জীৰ পদ কমলে।
কোটি মদন মনো মোহন মধুৰ
মূৰুতি সুন্দৰ জ্বলে।।
সিদ্ধ মুনি সুৰ শঙ্কৰ যাকেৰি
চৰণ ৰেণু ধিয়াই।
কহয় মাধৱ দীন সো হৰি খেলত
বালক সঙ্গে মিলাই।।
No comments:
Post a Comment