ৰাগঃ গৌৰী
ধ্ৰুং।। মোহন মনোহৰ মূৰুতি মাধৱ মোহন বালক সঙ্গিয়া।
নানান ৰসে খেলে ৰসিক শিৰোমণি
মদন মোহে ভ্ৰূৱ ভঙ্গিয়া।।
পদ।। শাৰদ নিৰমল প্ৰফুল্ল পঙ্কজ
বয়ন সুন্দৰ শোহেয়া।
অলক চঞ্চৰ যৈচে উৰি পৰে
ভ্ৰমৰ কুল মধু লোহেয়া।।
বিধিয়ে নিৰমিল যতনা ৰূপ গুণ
যবহু সৱ এক ঠামুৱা।
সুন্দৰ কানুক ৰূপে একুতিল
তবহু কৈছে উপমুৱা।।
জগত তাৰণ হেতু ভয়ো হৰি
বেকত আনন্দ সিন্ধুৱা।
দীন মাধৱে মাগে পায়ে হৰি
ভকতি ৰতি একু বিন্দুৱা।।
ধ্ৰুং।। মোহন মনোহৰ মূৰুতি মাধৱ মোহন বালক সঙ্গিয়া।
নানান ৰসে খেলে ৰসিক শিৰোমণি
মদন মোহে ভ্ৰূৱ ভঙ্গিয়া।।
পদ।। শাৰদ নিৰমল প্ৰফুল্ল পঙ্কজ
বয়ন সুন্দৰ শোহেয়া।
অলক চঞ্চৰ যৈচে উৰি পৰে
ভ্ৰমৰ কুল মধু লোহেয়া।।
বিধিয়ে নিৰমিল যতনা ৰূপ গুণ
যবহু সৱ এক ঠামুৱা।
সুন্দৰ কানুক ৰূপে একুতিল
তবহু কৈছে উপমুৱা।।
জগত তাৰণ হেতু ভয়ো হৰি
বেকত আনন্দ সিন্ধুৱা।
দীন মাধৱে মাগে পায়ে হৰি
ভকতি ৰতি একু বিন্দুৱা।।
No comments:
Post a Comment