ৰাগঃ গৌৰী
ধ্ৰুং।। শ্যাম মনোহৰ হৰয়ে নগৰে জনে।
হামাৰি জীৱন কানু হাসি হৰলৰে কালা অঙ্গেৰ তিনি ঠানে।।
পদ।। ভ্ৰুব মদন-ধনু তথিয়ে নিবেশিত
বঙ্কিম নয়নে পঞ্চবাণ।
অমিয়া মধুৰ বাণী মোহ মন্তৰ জপি
ঘনে ঘনে কৰতু সন্ধান।।
মোহন বংশীৰ সানে হৰম চেতন মন
মৰম ভেদল বৰ টানে।
কহয় মাধৱ মাই! কানাই জীৱন বিনে
কভু নাহি ৰহত পৰাণে।।
ধ্ৰুং।। শ্যাম মনোহৰ হৰয়ে নগৰে জনে।
হামাৰি জীৱন কানু হাসি হৰলৰে কালা অঙ্গেৰ তিনি ঠানে।।
পদ।। ভ্ৰুব মদন-ধনু তথিয়ে নিবেশিত
বঙ্কিম নয়নে পঞ্চবাণ।
অমিয়া মধুৰ বাণী মোহ মন্তৰ জপি
ঘনে ঘনে কৰতু সন্ধান।।
মোহন বংশীৰ সানে হৰম চেতন মন
মৰম ভেদল বৰ টানে।
কহয় মাধৱ মাই! কানাই জীৱন বিনে
কভু নাহি ৰহত পৰাণে।।
No comments:
Post a Comment