ৰাগঃ গৌৰী
ধ্ৰুং।। কমল-নয়নকে আজু পেখলোঁ মাই
গোৱিন্দ পেখিতে নয়ন জুড়াই।
শ্যামল অঙ্গে পিশঙ্গ পিচোৰা ময়ূৰ মুকুট বনাই।।
পদ।। মৃগমদ মলয়জ মিলিত বহু-ভাজিত
চন্দন অঙ্গে চৰায়।
হেম জড়িত বহু ৰতন বিভূষণ
হৰষে চলয়ে যদুৰায়।।
পঙ্কজ-বয়ন স্মিত অবলোকন
অকল তিলক মুহ শোহে।
সব জগবন্দন নন্দকুনন্দন
কহয় মাধৱ গতি মোহে।।
ধ্ৰুং।। কমল-নয়নকে আজু পেখলোঁ মাই
গোৱিন্দ পেখিতে নয়ন জুড়াই।
শ্যামল অঙ্গে পিশঙ্গ পিচোৰা ময়ূৰ মুকুট বনাই।।
পদ।। মৃগমদ মলয়জ মিলিত বহু-ভাজিত
চন্দন অঙ্গে চৰায়।
হেম জড়িত বহু ৰতন বিভূষণ
হৰষে চলয়ে যদুৰায়।।
পঙ্কজ-বয়ন স্মিত অবলোকন
অকল তিলক মুহ শোহে।
সব জগবন্দন নন্দকুনন্দন
কহয় মাধৱ গতি মোহে।।
No comments:
Post a Comment