ৰাগঃ বসন্ত
ধ্ৰুং।। মন! ভজহু কমলাপতি, গতি কোই আন।
হৰি পদে সেৱা নিগম পৰমাণ।।
পদ।। হৰি-পদ-যুগ সেৱা ভকতি নিশ্চয়।
ওহি মুকুতি হৰিপদকো লঙ্ঘয়।।
কমন মুৰুখ দাস ভাৱকো তেজয়।
হৰি-পদে লঙ্ঘি সুখ মুকুতি ইচ্ছয়।।
জানি হামাৰি মন কৰু হৰি সেৱা।
নিত্য-নিৰঞ্জন হৰি দেৱকু-দেৱা।।
ঐকান্তিক সুখ হৰি চৰণ উপাসা।
কহয় মাধৱ হৰি দাসকু দাসা।।
ধ্ৰুং।। মন! ভজহু কমলাপতি, গতি কোই আন।
হৰি পদে সেৱা নিগম পৰমাণ।।
পদ।। হৰি-পদ-যুগ সেৱা ভকতি নিশ্চয়।
ওহি মুকুতি হৰিপদকো লঙ্ঘয়।।
কমন মুৰুখ দাস ভাৱকো তেজয়।
হৰি-পদে লঙ্ঘি সুখ মুকুতি ইচ্ছয়।।
জানি হামাৰি মন কৰু হৰি সেৱা।
নিত্য-নিৰঞ্জন হৰি দেৱকু-দেৱা।।
ঐকান্তিক সুখ হৰি চৰণ উপাসা।
কহয় মাধৱ হৰি দাসকু দাসা।।
No comments:
Post a Comment