ৰাগঃ ধনশ্ৰী
ধ্ৰুং।। নাৰায়ণ! সেৱহু চৰণ তোহাঁৰি।
তুহুঁ বিনে আৱৰি সুহৃদ নাহি হেৰহু দায়া কৰহি হামাৰি।।
পদ।। তুহুঁ কৃপালু কৰুণাময় মানস
দায়া কৰু একু বাৰা।
নিগম-নিগূঢ় সাৰ তেৰি নামা
ৰহু ভৰি বয়নে হামাৰা।।
ভকতি আনন্দ বিন্দু কৰু দানা
মেৰি যতনে তেজি আশা।
পয়ৰহি লাগি শৰণ-একু মাগোঁঁ
দীন মাধৱ মতি-নাশা।।
ধ্ৰুং।। নাৰায়ণ! সেৱহু চৰণ তোহাঁৰি।
তুহুঁ বিনে আৱৰি সুহৃদ নাহি হেৰহু দায়া কৰহি হামাৰি।।
পদ।। তুহুঁ কৃপালু কৰুণাময় মানস
দায়া কৰু একু বাৰা।
নিগম-নিগূঢ় সাৰ তেৰি নামা
ৰহু ভৰি বয়নে হামাৰা।।
ভকতি আনন্দ বিন্দু কৰু দানা
মেৰি যতনে তেজি আশা।
পয়ৰহি লাগি শৰণ-একু মাগোঁঁ
দীন মাধৱ মতি-নাশা।।
No comments:
Post a Comment