ৰাগঃ আশোৱাৰী
ধ্ৰুং।। আজু সুপৰভাতে পেখলোঁ মাই।
নয়নক আনন্দ কুসুম কানাই।।
পদ।। নৱঘনশ্যাম পীতাম্বৰ জ্যোতি।
কৌস্তুভকণ্ঠে হাৰ গজ মতি।।
শাৰদ-চান্দ কোটি বয়ন বিকাশে।
মদন-চাপ জিনি ভ্ৰুৱ পৰকাশে।।
চান্দজ্যোতি জিনি তিলক কপোলে।
কুণ্ডল জলমল অলকা বিলোলে।।
উতপল-ৰাতা নয়নযুগ শোহে।
ঈষত হাসি ৰসে জগজন মোহে।।
সুবলিত চান্দ ময়ূৰ পুচ্ছ শিৰে।
গঞ্জয় গজৰাজ গমন গম্ভীৰে।।
ৰতন মঞ্জীৰ ঝুৰয় দুহো পাৱে।
নন্দ-নন্দন গতি মাধৱে গাৱে।।
ধ্ৰুং।। আজু সুপৰভাতে পেখলোঁ মাই।
নয়নক আনন্দ কুসুম কানাই।।
পদ।। নৱঘনশ্যাম পীতাম্বৰ জ্যোতি।
কৌস্তুভকণ্ঠে হাৰ গজ মতি।।
শাৰদ-চান্দ কোটি বয়ন বিকাশে।
মদন-চাপ জিনি ভ্ৰুৱ পৰকাশে।।
চান্দজ্যোতি জিনি তিলক কপোলে।
কুণ্ডল জলমল অলকা বিলোলে।।
উতপল-ৰাতা নয়নযুগ শোহে।
ঈষত হাসি ৰসে জগজন মোহে।।
সুবলিত চান্দ ময়ূৰ পুচ্ছ শিৰে।
গঞ্জয় গজৰাজ গমন গম্ভীৰে।।
ৰতন মঞ্জীৰ ঝুৰয় দুহো পাৱে।
নন্দ-নন্দন গতি মাধৱে গাৱে।।
No comments:
Post a Comment