ৰাগঃ কেদাৰ
ধ্ৰুং।। কদম্ব তৰু তলে, নবীন-নীৰদ, ৰুচিৰ সুন্দৰ শ্যাম।
ভুৱন-মোহন, মূৰুতি মনোহৰ, কতিহো নাহি উপাম।।
পদ।। ভ্ৰুৰ মনোহৰ নয়ন চঞ্চৰ
বয়ন চান্দ উজোৰ।
হাসিতে অমিয়া বৰিষে পেখি সখি
জীৱন না ৰহে মোৰ।।
কতনা যতনে বিধি নিৰমিল
সুন্দৰ মানুক ৰূপ।
পেখিতে লাৱণ্য লাজে ভয়ো পুনু
কোটি মনমথ চুপ।।
ৰতন ভূষণ যৈছে নিৰমল
গগণে তাৰা শোহায়।
কহয় মাধৱ হামাৰি মজু মন
নন্দকু নন্দন পায়।।
ধ্ৰুং।। কদম্ব তৰু তলে, নবীন-নীৰদ, ৰুচিৰ সুন্দৰ শ্যাম।
ভুৱন-মোহন, মূৰুতি মনোহৰ, কতিহো নাহি উপাম।।
পদ।। ভ্ৰুৰ মনোহৰ নয়ন চঞ্চৰ
বয়ন চান্দ উজোৰ।
হাসিতে অমিয়া বৰিষে পেখি সখি
জীৱন না ৰহে মোৰ।।
কতনা যতনে বিধি নিৰমিল
সুন্দৰ মানুক ৰূপ।
পেখিতে লাৱণ্য লাজে ভয়ো পুনু
কোটি মনমথ চুপ।।
ৰতন ভূষণ যৈছে নিৰমল
গগণে তাৰা শোহায়।
কহয় মাধৱ হামাৰি মজু মন
নন্দকু নন্দন পায়।।
No comments:
Post a Comment