ৰাগঃ মাউৰ
ধ্ৰুং।। শ্যামচান্দমুখ পেখলো মাই।
কদম্ব কান্ধে ৰহি ফিৰি ফিৰি চাই।।
পদ।। কদম্ব মালা গলে শোভিত ভালি।
এ তিনিভুৱন-মোহন বনমালী।।
কুণ্ডল ডগমগী ঝলমল মৌৰা।
ঈষত হাসিৰসে মানস চোৰা।।
অমলকমল-দল লোচন ৰাতা।
অপৰূপ নিৰমিল কমন বিধাতা।।
সকল কলাৰস সিন্ধু নাগৰা।
মাধৱ কহ গতি গোৱিন্দ মোৰা।।
ধ্ৰুং।। শ্যামচান্দমুখ পেখলো মাই।
কদম্ব কান্ধে ৰহি ফিৰি ফিৰি চাই।।
পদ।। কদম্ব মালা গলে শোভিত ভালি।
এ তিনিভুৱন-মোহন বনমালী।।
কুণ্ডল ডগমগী ঝলমল মৌৰা।
ঈষত হাসিৰসে মানস চোৰা।।
অমলকমল-দল লোচন ৰাতা।
অপৰূপ নিৰমিল কমন বিধাতা।।
সকল কলাৰস সিন্ধু নাগৰা।
মাধৱ কহ গতি গোৱিন্দ মোৰা।।
No comments:
Post a Comment