Saturday, September 13, 2014

কল্পিত মাধৱ নয়ন জুৰায়

ৰাগঃ বেলোৱাৰ

ধ্ৰুং।। কল্পিত মাধৱ নয়ন জুৰায়।
          কটি চাপি উড়ুখল বন্ধন কায়।।

পদ।। আৰকত কৰতল মাজিত লোৰে।
          মন্দ ৰোদন কৰি নৱনীত চোৰে।।

          নৱনীত কণা শ্যাম অঙ্গে বিৰাজে।
          তৰকগণ যৈচে গগনকু মাজে।।

          যাহে চৰণ ৰেণু যোগী নপাই।
          ভকতি বলে তাকু বন্ধন কৰয়।।

          কহয় মাধৱ দাসে শুন মেৰি মাই।
          ওহি জগত গুৰু সুত কাহা পাই।।  

No comments:

Post a Comment