ৰাগ - ধনশ্ৰী
ধ্ৰুং ।। হেৰহু মাই, চললি বিপিনে মধাই।
ৰেণু বিষাণ, নিশানে অৱত, হৰষে ধেনু ধায়।।
পদ ।। ওহি জগ মোদন কন্ধে দধি ওদন
গোধন আগু বোলায়।
বঙ্কিম নয়ন সৰোৰুহ হাসি
হেৰাইতে ভুবন ভুলায়।।
মদন দমন ৰূপ পেখি পুনু পুনু
মুৰুচি পৰয় সুৰ নাৰী।
সোহি জগজীৱ বিয়োগ অব সহবি
কৈচন চিত হামাৰি।।
হৰি বিৰহানল আকুল গোপিনী
দৰশনে দিৱসে নাপায়।
হৰি গুণ কহি ৰহি প্ৰেমে জুৰয় নাৰী
শঙ্কৰে এহুৰস গায়।।