Sunday, February 24, 2013

ওঝা সোঝা পন্থ না হেৰি

ৰাগ - ধনশ্ৰী

ধ্ৰুং ।। ওঝা সোঝা পন্থ না হেৰি।
          কোটি কৰম কায় হৰিকো নাহি পায়, পড়ল ভৱ বেৰি বেৰি।।

পদ ।। জপ তপ তীৰ্থ কৰসি গয়া কাশী বাসী বয়স গোৱাই।
          জানি যোগ যুগুতি মতি মোহিত বিনে ভকতি গতি নাই।।

          ৰাম নাম মহ, নিখিল পুণ্য ৰহ, ওহি নিগম তত্ব বাণী।
          কলিকো পৰম, ধৰম হৰি নামা, পঢ়ি পুনু মৰম নাজানি।।

          কৃষ্ণ কিঙ্কৰ কহ, ক্ষণিক দেহা ৰহ, নৰতনু পুনুহো নাপাই।
          কৰম গৰব সব, দূৰ কৰি হৰি, চৰণ চিন্ত চিত্ত লাই।।

No comments:

Post a Comment