ৰাগ - শ্ৰী
ধ্ৰুং ।। গোপালে কি গতি কৈলে, গোবিন্দে কিমতি দিলে
নাথ হে বিফলে বয়স সব গেলৰে।।
পদ ।। এ ভৱ গহন বন আতি মোহে পাশে ছন্ন
তাহে হামো হৰিণ বেড়ায়।
ফন্দিলো মায়াৰে পাশে কাল ব্যাধে ধায়া আশে
কাম ক্ৰোধ কুত্তা খেদি খায়।।
হৰাইল চেতন হৰি নাজানো কিমতে তৰি
গুণিতে দগধ ভেল জীৱ।
লোভ মোহ দুহোঁ বাঘ সততে নছাড়ে লাগ
ৰাখু ৰাখু সদাশিৱ।।
পলাইতে নেদেখোঁ সন্ধি দিনে দিনে দৃঢ় বন্দী
ভৈলোঁ মন্দ মনৰ যুগুতি।
তধৱা হৰি লাগো গোড় মোৰ মায়াপাশ ছোড়
শঙ্কৰ কৰয় কাকুতি।।
ধ্ৰুং ।। গোপালে কি গতি কৈলে, গোবিন্দে কিমতি দিলে
নাথ হে বিফলে বয়স সব গেলৰে।।
পদ ।। এ ভৱ গহন বন আতি মোহে পাশে ছন্ন
তাহে হামো হৰিণ বেড়ায়।
ফন্দিলো মায়াৰে পাশে কাল ব্যাধে ধায়া আশে
কাম ক্ৰোধ কুত্তা খেদি খায়।।
হৰাইল চেতন হৰি নাজানো কিমতে তৰি
গুণিতে দগধ ভেল জীৱ।
লোভ মোহ দুহোঁ বাঘ সততে নছাড়ে লাগ
ৰাখু ৰাখু সদাশিৱ।।
পলাইতে নেদেখোঁ সন্ধি দিনে দিনে দৃঢ় বন্দী
ভৈলোঁ মন্দ মনৰ যুগুতি।
তধৱা হৰি লাগো গোড় মোৰ মায়াপাশ ছোড়
শঙ্কৰ কৰয় কাকুতি।।
No comments:
Post a Comment