Wednesday, February 27, 2013

মন মেৰি ৰাম চৰণহি লাগু

ৰাগ - ধনশ্ৰী

ধ্ৰুং ।। মন মেৰি ৰাম চৰণহি লাগু।
          তই দেখনা অন্তক আগু।।

পদ ।। মন আয়ু ক্ষণে ক্ষণে টুটে।
          দেহ প্ৰাণ কোনদিন ছুটে।।

          মন কাল অজগৰে গিলে।
          জান তিলকে মৰণ মিলে।।

          মন নিশ্চয় পতন কায়া।
          তই ৰাম ভজ তেজি মায়া।।

          ৰে মন ই সব বিষয় ধান্ধা।
          কেনে দেখি নেদেখস আন্ধা।।

          মন সুখে পাৰ কৈচে নিন্দ।
          তই চেতিয়া চিন্ত গোবিন্দ।।

          মন জানিয়া শঙ্কৰে কহে।
          দেখ ৰাম বিনে গতি নহে।।

1 comment:

  1. বৰ ভাল লাগিল। আপোনাৰ এই প্ৰচেষ্টাক শলাগিলোঁ। লৰাটোক নিচুকাবলৈ মন মেৰি বৰগীত টি গাওঁতে মাজতে পাহৰি গলো। আপোনাৰ page টু search কৰি পাই বৰ ভাল লাগিল।

    ReplyDelete