Sunday, February 24, 2013

কি কহবো উদ্ধৱ কি কহবো প্ৰাণ

ৰাগ - ধনশ্ৰী

ধ্ৰুং ।। কি কহবো উদ্ধৱ কি কহবো প্ৰাণ।
          গোবিন্দ বিনে ভয়ো গোকুল উছান।।

পদ ।। শূন্যে ভৈল অঙ্গিনা বিৰিন্দাবিপিন।
          নাশোভে ৰজনী যৈছে চান্দ বিহীন।।
        
          নাহি চাৰব ধেনু কালিন্দী কুল।
          আৰ নাশুনোহোঁ বেণু কদম্বৰ মূল।।

          মথুৰা ৰহল সব গোপিনীক পিউ।
          কেশৱ বিনে কৈচে ধৰব জীউ।।

No comments:

Post a Comment