ৰাগ - ধনশ্ৰী
ধ্ৰুং ।। শাৰঙ্গপাণি পাহে পামৰমতি হামি।
নিৰয় নিবাৰ আৱৰি নাহি হেৰোহোঁ, বিনে চৰণ তযু স্বামী।।
পদ ।। জৰা মৰণ মেৰি নিকটহি আয়া
কায়া পড় কতি বেৰি।
কৰতহু পাপ সমাপল আবি
ভাবি চৰণ না তেৰি।।
দেখহু খীণ দিন দিন দেহা
আধি ব্যাধি বিঘাত।
অন্তকালে গতি মেৰি কমলাপতি
শঙ্কৰ কৰ প্ৰণিপাত।।
ধ্ৰুং ।। শাৰঙ্গপাণি পাহে পামৰমতি হামি।
নিৰয় নিবাৰ আৱৰি নাহি হেৰোহোঁ, বিনে চৰণ তযু স্বামী।।
পদ ।। জৰা মৰণ মেৰি নিকটহি আয়া
কায়া পড় কতি বেৰি।
কৰতহু পাপ সমাপল আবি
ভাবি চৰণ না তেৰি।।
দেখহু খীণ দিন দিন দেহা
আধি ব্যাধি বিঘাত।
অন্তকালে গতি মেৰি কমলাপতি
শঙ্কৰ কৰ প্ৰণিপাত।।
No comments:
Post a Comment