ৰাগ - ধনশ্ৰী
ধ্ৰুং ।। পামৰ মন ৰাম চৰণে চিত্ত দেহু।
অথিৰ জীৱন ৰাম মাধৱকেৰি নাম, মৰণক সম্বল লেহু।।
পদ ।। ৰজনী দিৱসে দূৰ আবি যাৱত
আৱত অন্তক গৰজি।
কথি তনু পাত মিলত মতি মানি
ৰাম ভজহু সব বৰজি।।
আশা পাশ পৰশি মানস পশু
পড়লি বন্দী বেৰি বেৰি।
ভৱ কাৰাগাৰ তাৰক নাহি আৰ
বিনে ভকতি ৰতি তেৰি।।
অৱনিশি সেৱহু ৰাম পৰম পহু
ৰহু হৃদি পঙ্কজ মোৰা।
কৃষ্ণৰ কিঙ্কৰ ভণ ৰাম পৰম ধন
মৰণহি সঙ্গ নাছোৰা।।
ধ্ৰুং ।। পামৰ মন ৰাম চৰণে চিত্ত দেহু।
অথিৰ জীৱন ৰাম মাধৱকেৰি নাম, মৰণক সম্বল লেহু।।
পদ ।। ৰজনী দিৱসে দূৰ আবি যাৱত
আৱত অন্তক গৰজি।
কথি তনু পাত মিলত মতি মানি
ৰাম ভজহু সব বৰজি।।
আশা পাশ পৰশি মানস পশু
পড়লি বন্দী বেৰি বেৰি।
ভৱ কাৰাগাৰ তাৰক নাহি আৰ
বিনে ভকতি ৰতি তেৰি।।
অৱনিশি সেৱহু ৰাম পৰম পহু
ৰহু হৃদি পঙ্কজ মোৰা।
কৃষ্ণৰ কিঙ্কৰ ভণ ৰাম পৰম ধন
মৰণহি সঙ্গ নাছোৰা।।
No comments:
Post a Comment