ৰাগ - বসন্ত
ধ্ৰুং ।। কৈছে নৰহৰি তৰণ উপায় ।
নাশ সকলে কৈলোঁ বিষয় ভোলায়।।
পদ ।। অথিৰ জীৱন ধন যৌৱন দেৱ।
সুহৃদ সোদৰ সুত কিছু নোহে কেৱ।।
পেখিত অমিয়া ৰস বিষ পৰিণাম।
তথিয়ে সজাইলোঁ মন মেৰি ৰাম।।
নিৰমিল বিষ বিম্বু কামিনী লোহ।
তনু পৰল মেৰি এমন মোহ।।
তাকৰ চোড়াইতে সব নাহি থিক।
গুৰুৱা মনোৰথ বাঢ়িল ধিক।।
জনমে জনমে হামু দাসকো দাস।
কেশৱ অবহু ছোড়হু মোহ পাল।
শমনক লাই জীৱ বড় ডোৰ।
শঙ্কৰ কহ হৰি সেৱক তোৰ।।
ধ্ৰুং ।। কৈছে নৰহৰি তৰণ উপায় ।
নাশ সকলে কৈলোঁ বিষয় ভোলায়।।
পদ ।। অথিৰ জীৱন ধন যৌৱন দেৱ।
সুহৃদ সোদৰ সুত কিছু নোহে কেৱ।।
পেখিত অমিয়া ৰস বিষ পৰিণাম।
তথিয়ে সজাইলোঁ মন মেৰি ৰাম।।
নিৰমিল বিষ বিম্বু কামিনী লোহ।
তনু পৰল মেৰি এমন মোহ।।
তাকৰ চোড়াইতে সব নাহি থিক।
গুৰুৱা মনোৰথ বাঢ়িল ধিক।।
জনমে জনমে হামু দাসকো দাস।
কেশৱ অবহু ছোড়হু মোহ পাল।
শমনক লাই জীৱ বড় ডোৰ।
শঙ্কৰ কহ হৰি সেৱক তোৰ।।
No comments:
Post a Comment