Wednesday, February 27, 2013

হৰিপদ পঙ্কজ পঞ্জৰ মোই

ৰাগ - আশোৱাৰী

ধ্ৰুং ।। হৰিপদ পঙ্কজ পঞ্জৰ মোই।
          তামহ ৰহো ৰাজহংসা হুই।।

পদ ।। ৰয়নী দিৱসে লিজঞ ৰাম নামা।
          প্ৰপন্ন জনাশনি পঞ্জৰ ৰামা।।

          আৱত কাল ভুজঙ্গম গৰজি।
          হৰিপদ শৰণ লেহু বৰজি।।

          মাধৱ দাস দীন হীন মতি।
          কতহ ৰাম চৰণ দুহোঁ গতি।।

No comments:

Post a Comment