ৰাগ - গৌৰী
ধ্ৰুং ।। কমলনয়ন চিন্ত চিত্ত চেতন লাই।
বিনে হৰি ভকতি মুকুতি কতি পাই।।
পদ ।। নৰ ভয়ো ভাই ভাৰতে কতি ভাগা।
নকহসি ৰাম মৰস কতি লাগা।।
ছোড়ি ৰাম নাম অমিয়া উপযোগা।
যৈছে পূৰীষ শূকৰ ভয়ো ভোগা।।
অথিৰ জীৱন ধন যৌৱন জায়া।
ভকতি বিৰোধী বিষয় সব মায়া।।
কৃষ্ণ কিঙ্কৰ ওহি শঙ্কৰ ভাণা।
বিনে হৰিভকতি তৰণী নাহি আনা।।
ধ্ৰুং ।। কমলনয়ন চিন্ত চিত্ত চেতন লাই।
বিনে হৰি ভকতি মুকুতি কতি পাই।।
পদ ।। নৰ ভয়ো ভাই ভাৰতে কতি ভাগা।
নকহসি ৰাম মৰস কতি লাগা।।
ছোড়ি ৰাম নাম অমিয়া উপযোগা।
যৈছে পূৰীষ শূকৰ ভয়ো ভোগা।।
অথিৰ জীৱন ধন যৌৱন জায়া।
ভকতি বিৰোধী বিষয় সব মায়া।।
কৃষ্ণ কিঙ্কৰ ওহি শঙ্কৰ ভাণা।
বিনে হৰিভকতি তৰণী নাহি আনা।।
No comments:
Post a Comment