ৰাগঃ আশোৱাৰী
ধ্ৰুং।। নাচতু গোৱিন্দ গোপিনী আগে।
কৰ পাতি পাতি লৱণু মাগে।।
পদ।। যো কৰ-কমল ভকত ভয়হাৰী।
সোহি কৰ পাতি মাগে লৱণু মুৰাৰি।।
গোৱালী বোলয় নীচু নাচ গোপালা।
তব তোই লৱণু দেৱব হামু ভালা।।
লৱণু আশে লাসে গোৱিন্দ নাচে।
কৰ ভৰি লৱণু গোৱিন্দক যাচে।।
লৱণু খায়া নাচে কানাই।
আনন্দে গোপিনী তাল বজাই।।
যো হৰি এ তিনি ভুৱন অধিকাৰী।
গোকুল মাজে সোহি লৱণু ভিখাৰী।।
ভকতি অধীন হৰি দীন দয়াল।
কহয় মাধৱ গতি বাল গোপাল।।
ধ্ৰুং।। নাচতু গোৱিন্দ গোপিনী আগে।
কৰ পাতি পাতি লৱণু মাগে।।
পদ।। যো কৰ-কমল ভকত ভয়হাৰী।
সোহি কৰ পাতি মাগে লৱণু মুৰাৰি।।
গোৱালী বোলয় নীচু নাচ গোপালা।
তব তোই লৱণু দেৱব হামু ভালা।।
লৱণু আশে লাসে গোৱিন্দ নাচে।
কৰ ভৰি লৱণু গোৱিন্দক যাচে।।
লৱণু খায়া নাচে কানাই।
আনন্দে গোপিনী তাল বজাই।।
যো হৰি এ তিনি ভুৱন অধিকাৰী।
গোকুল মাজে সোহি লৱণু ভিখাৰী।।
ভকতি অধীন হৰি দীন দয়াল।
কহয় মাধৱ গতি বাল গোপাল।।
No comments:
Post a Comment