ৰাগঃ কামোদ
ধ্ৰুং।। নন্দেৰ নন্দন গোপিনী আগে।
কৰ পাতি হৰি লৱণু মাগে।।
পদ।। বোলত বাণী গোৱাৰীক চায়া।
নবীন লৱণু দেহ গোপ-জায়া।।
যো হৰি দাতা পদাৰথ চাৰি।
মাগত লৱণু সোহি মুৰাৰি।।
শিৱ বিৰিঞ্চি কৰু যাক সেৱা।
লৱণু মাগি ফিৰত সোহি দেৱা।।
সনক সনাতন যাকু ধিয়াই।
সোহি লৱণু মাগে গোপিনীক ঠাই।।
অভয় দান কৰু যোহি হাতে।
গোপিনীক আগে সোহি কৰ পাতে।।
মুকুতি মিলাৱত যাকেৰি নামে।
মাগয় লৱণু গোৱাৰীক ঠামে।।
যোহি ঠিক নিজানন্দ সুখে।
সোহি লৱণু মাগয় কোন দুখে।।
কৰত ভকতি হৰিকো অধীনা।
ওহি ৰস গাৱত মাধৱ দীনা।।
ধ্ৰুং।। নন্দেৰ নন্দন গোপিনী আগে।
কৰ পাতি হৰি লৱণু মাগে।।
পদ।। বোলত বাণী গোৱাৰীক চায়া।
নবীন লৱণু দেহ গোপ-জায়া।।
যো হৰি দাতা পদাৰথ চাৰি।
মাগত লৱণু সোহি মুৰাৰি।।
শিৱ বিৰিঞ্চি কৰু যাক সেৱা।
লৱণু মাগি ফিৰত সোহি দেৱা।।
সনক সনাতন যাকু ধিয়াই।
সোহি লৱণু মাগে গোপিনীক ঠাই।।
অভয় দান কৰু যোহি হাতে।
গোপিনীক আগে সোহি কৰ পাতে।।
মুকুতি মিলাৱত যাকেৰি নামে।
মাগয় লৱণু গোৱাৰীক ঠামে।।
যোহি ঠিক নিজানন্দ সুখে।
সোহি লৱণু মাগয় কোন দুখে।।
কৰত ভকতি হৰিকো অধীনা।
ওহি ৰস গাৱত মাধৱ দীনা।।
No comments:
Post a Comment