ৰাগঃ সুহাই
ধ্ৰুং।। সখিহে চলে কানু বিৰিন্দাবনে।
বয়ন-চান্দেৰ সুধা নয়ন চকোৰ দুহোঁ
পিয়া থাকো হেন লয় মনে।।
পদ।। বাংশী অধৰে ধৰি নয়ন আঞ্চোৰ ভৰি
প্ৰেম-ৰসে বৰিষে অমিয়া।
মাণিক মুখেৰ কান্তি দশন আতিম পান্তি
প্ৰাণ মেৰি হৰত হাসিয়া।।
ভুৱন মোহন ৰূপ পেখিতে মদন চুপ
হামু সখি বিৰহিনী নাৰী।
নাদেখিতে তনু ক্ষীণ কহয় মাধৱ দীন
মতি গতি মুকুতি মুৰাৰি।।
ধ্ৰুং।। সখিহে চলে কানু বিৰিন্দাবনে।
বয়ন-চান্দেৰ সুধা নয়ন চকোৰ দুহোঁ
পিয়া থাকো হেন লয় মনে।।
পদ।। বাংশী অধৰে ধৰি নয়ন আঞ্চোৰ ভৰি
প্ৰেম-ৰসে বৰিষে অমিয়া।
মাণিক মুখেৰ কান্তি দশন আতিম পান্তি
প্ৰাণ মেৰি হৰত হাসিয়া।।
ভুৱন মোহন ৰূপ পেখিতে মদন চুপ
হামু সখি বিৰহিনী নাৰী।
নাদেখিতে তনু ক্ষীণ কহয় মাধৱ দীন
মতি গতি মুকুতি মুৰাৰি।।
No comments:
Post a Comment