Friday, October 3, 2014

গোৱৰিণী কৈছন কলঙ্ক হামাৰি

ৰাগঃ বেলোৱাৰ

ধ্ৰুং।। গোৱৰিণী কৈছন কলঙ্ক হামাৰি।
          ৰাজ মাৰগ মহ ফিৰত বালক সব।
                                 কাহেক চোৰ গৱাঁৰি।।

পদ।। আঞ্চোৰে ধৰি আৱ আৱ বুলি টানহি বাৰহি বাৰা।
          মাৱকু আগু অজু নিয়া ভেটব বুঝ তুহু বাত হামাৰা।।

          হামাকু চোৰ বোলসি তুহু ঢাণ্ডী আপোনহি দধি দুগ্ধ খাই।
          গোৱাৰী ছোড়য় যব হৰি ছোৰয়ে নাহি মাধৱ এহু ৰস গাই।।   

No comments:

Post a Comment