Friday, August 15, 2014

আৱে বালক কানু কয়ো পয়োসাৰ

ৰাগঃ সিন্ধুৰা

ধ্ৰুং।। আৱে বালক কানু কয়ো পয়োসাৰ।
          সঙ্গে যশোৱা মাই কৰত বিহাৰ।।

পদ।। ত্ৰিভুৱন মোহন মূৰুতি সুবেশ।
         শ্যাম শৰীৰ নীল কুঞ্চিত কেশ।।

         আৰকত নয়ন বয়নে ৰুচি হাস।
         আয়ত নয়ন পঙ্কজ পৰকাশ।।

         কৰযুগ কঙ্কণ কেয়ুৰ ৰঞ্জে।
         পঙ্কজ চৰণ ভকত ভয় ভঞ্জে।।

         মণিময় মঞ্জীৰ ৰুণু ঝুণু ৰোলে।
         ৰূপে মদন-মোহে মাধৱ বোলে।।   

No comments:

Post a Comment