Friday, August 15, 2014

খেলত গোৱিন্দ যশোৱাক সঙ্গে

ৰাগ।। আশোৱাৰী

ধ্ৰুং।। খেলত গোৱিন্দ যশোৱাক সঙ্গে।
          মানৱী ভাৱ দেখাৱত ৰঙ্গে।।

পদ।। সৃষ্টি স্থিতি লয় কাৰণ যোই।
         যাকৰ লীলা জানত নাহি কোই।।

         সোহি মহেশ্বৰ গোপ কুমাৰা।
         লোক তাৰণ হেতু কৰত বিহাৰা।।

         যোহি কৃপাময় দেৱকু দেৱা।
         মুকুতি বিড়ম্বন যাকৰ সেৱা।।

         ননান ৰসে খেলে সোহি দয়ালা।
         কহয় মাধৱ গতি বাল গোপালা।।

No comments:

Post a Comment