Friday, April 25, 2014

গোপাল কৃপালু ৰাম! কৰুণা সাগৰ স্বামী

ৰাগঃ আশোৱাৰী

ধ্ৰুং।। গোপাল কৃপালু ৰাম! কৰুণা সাগৰ স্বামী।
          তুৱা পদ-মকৰন্দ-বিন্দু আশা কৰো হামি।।

পদ।। ওহি ভৱ তাপে তাপিত মেৰি মন মন্দা।
          মাগোহোঁ সীকৰ তুৱা পদ-মকৰন্দা।।

           জনমে জনমে প্ৰভু ওহি মেৰি মন-আশা।
           কহয় মাধৱ হৰি চৰণ কমল দাসা।।

No comments:

Post a Comment