Wednesday, April 30, 2014

ৰাম গোসাঞি কৰোহোঁ গোহাৰি

ৰাগঃ আশোৱাৰী

ধ্ৰুং।। ৰাম গোসাঞি কৰোহোঁ গোহাৰি।
          ৰহু হৃদি-পঙ্কজ-ঠাম হামাৰি।।

পদ।। মায়া ছোড়ি ভকতি কৰু দানা।
          কৰোঁ তুৱা চৰণ-পঙ্কজ মধু পানা।।

          মাধৱ দাস কহয় ৰাম তেৰা।
          যাহাঁ যাহাঁ চৰণ তাহাঁ শিৰ মেৰা।।

No comments:

Post a Comment