Wednesday, April 16, 2014

মোহন বাৱত মুৰৰী ৰে কানু

ৰাগঃ আশোৱাৰী

ধ্ৰুং।। মোহন বাৱত মুৰৰী ৰে কানু।
          শুনি ব্ৰজ ৰমণীক নসহে পৰাণু।।

পদ।। মধুৰ বাংশীৰ স্বৰে অমিয়া ঝুৰয়।
         পাষাণ দ্ৰবয় মৃত তৰু মঞ্জৰয়।।

         সচেতন সব থিক অচেতন হোই।
         তৰঙ্গিনী সব ৰহু অচলিত তোই।।

         সচৰ অচৰ হয় অচৰ চৰ-গতি।
         ঐচন মোহন-বেণু পুৰে যদুপতি।।

         ত্ৰিভুবন-বিমোহন গোৱিন্দক বেণু।
         কহয় মাধৱ গতি কানু-পদ ৰেণু।।

No comments:

Post a Comment