Wednesday, April 30, 2014

চিন্তহুঁ গোবিন্দ, মন মেৰি ভাই

ৰাগঃ আশোৱাৰী

ধ্ৰুং।। চিন্তহুঁ গোবিন্দ, মন মেৰি ভাই।
          হৃদয় পঙ্কজে ৰহো ৰাম গোসাঞি।।

পদ।। জগজন জীৱন ৰহো হৃদি ৰামা।
          কোটি কল্পতৰু পূৰণ-কামা।।

          মাধৱ দীন কহয় মন মোই।
          ৰাম বিনে নাহি বান্ধৱ কোই।।

No comments:

Post a Comment