Saturday, April 26, 2014

মেৰো অব নাথ আতমা নন্দ-লাল

ৰাগঃ আশোৱাৰী

ধ্ৰুং।। মেৰো অব নাথ আতমা নন্দ-লাল।
          বৰহি ঠাকুৰ হৰি দীন দয়াল।।

পদ।। আপুনহি মানি হৰিক পদে-দাসা।
          শিৱ চতুৰমুহ কৰতু উপাসা।।

          শৰীৰ আতমা মানি সব লোই চোৰ।
          জ্ঞানী আতমা আৱে হাৰামহি-খোৰ।।

          সেৱক-সেৱোহো মানি আত্মা গোবিন্দে।
          ৰাখত মন হৰি পদ অৰবিন্দে।।

          মাধৱ দাস কহয় তত্ত্ব ওই।
          হৰি বিনে হামাৰি আৱৰ নাহি কোই।।

No comments:

Post a Comment