Monday, April 21, 2014

নাৰায়ণ! মঞি তেৰি দাসকু দাসা

ৰাগঃ ধনশ্ৰী

ধ্ৰুং।। নাৰায়ণ! মঞি তেৰি দাসকু দাসা।
          ভৱভয়তাপে তাপিত মন তোহাৰি চৰণে কৰহো হামু আশা।।

পদ।। কামিনী কনক লুবুধ মতি পামৰ মন ভোলে পৰল মতি মেৰা।
          ৰূপ ৰস পৰশ শবদ গন্ধে আকুল কৰহু ভকতি নাহি তেৰা।।

          ক্ষণিক জীৱন ধন যৌৱন বিৰকতি তবহু না হোই।
          দংশিত কাল-ভুজঙ্গম অঙ্গা জানি শৰণ লেহু তোই।।

          বৈৰী কাম ক্ৰোধ পদ মৎসৰ তা সনে ৰতি, মতিহীনা।
          পতিত-পাৱন হৰি তুহঁ বহি নাহি আৰ কহতু মাধৱ দাস দীনা।।

No comments:

Post a Comment