Saturday, April 19, 2014

গোবিন্দ মেৰি আৱত সব গোধন সঙ্গে ধায়া

ৰাগঃ গৌৰী

ধ্ৰুং।। গোবিন্দ মেৰি আৱত সব গোধন সঙ্গে ধায়া।
          মোহন হৰি হাসি হৰিষে পঞ্চম পূৰিত গায়া।।

পদ।। গোৰজ বৰ শোভিত তনু উগত মুখ চান্দা।
          আকুল ব্ৰজ ৰমণীক মন মিলিত বহু আনন্দা।।

          পৰম পুৰুষ পায় মুহ-লোচন ভৰি চায়।
          গোবিন্দ-পদ-সেৱক দীন মাধৱ দাসে গায়।।

No comments:

Post a Comment