Monday, April 21, 2014

হৰি-পদ-পঙ্কজ মেৰি মনাই

ৰাগঃ ধনশ্ৰী

ধ্ৰুং।। হৰি-পদ-পঙ্কজ মেৰি মনাই।
          বিত্ত চিন্তহু হৃদি মিলাই।।

পদ।। দুঃখভঞ্জন ভৱতৰণী হৰি ভকতৰ এ চিন্তামণি।
          হৰি চৰণ শৰণ বিনা গতি নাহি নাহি মতি হীনা।।

          সুৰ শঙ্কৰ যাকৰু সেৱা দেখস পুনু দেৱকু-দেৱা।
          দীন মাধৱ মুৰুখমতি কহে হৰি সে পৰম গতি।।

No comments:

Post a Comment