Wednesday, April 30, 2014

ৰামক বাণী জপহুঁ মন ভাই

ৰাগঃ আশোৱাৰী

ধ্ৰুং।। ৰামক বাণী জপহুঁ মন ভাই।
          কলিকো কালে আৱৰ গতি নাই।।

পদ।। যাকেৰি বয়নে ৰহত ৰামবাণী।
          তাকেৰি চৰণ-ৰেণু লেহুঁ জানি।।

          ৰাম চৰণ যোহি কৰত উপাসা।
          তাকেৰি হুঁ হামু দাসকু দাসা।।

          মাধৱ দাস মুৰুখ মতি গাই।
          ৰহো মন ভকত চৰণ ৰেণু লাই।।

No comments:

Post a Comment