Saturday, March 2, 2013

হৰিপদ-পঙ্কজ পঞ্জৰ মোই

ৰাগ - আশোৱাৰী

ধ্ৰুং ।। হৰিপদ-পঙ্কজ পঞ্জৰ মোই।
          তা মহ ৰহু হামু ৰাজহংসা হোই।।

পদ ।। ৰয়নী দিৱসে লিজঞুঁ ৰাম নামা।
          প্ৰপন্নজনাশনি পঞ্জৰ ৰামা।।

          আৱত কাল ভুজঙ্গম গৰজি।
          হৰিপদে শৰণ লেহুঁ সব বৰজি।।

          মাধৱ দাস দীন হীন-মতি।
          কহত ৰামচৰণ দুহোঁ গতি।।

No comments:

Post a Comment