Sunday, March 3, 2013

কা কৰু মনুৱা বিষয়-বিলাস

ৰাগ - বসন্ত

ধ্ৰুং ।। কা কৰু মনুৱা বিষয়-বিলাস।
          দুৰ্ল্লভ মানৱী-তনু পুনহু নাপাস।।

পদ ।। ভাৰতে মানৱী-তনু তৰণী-উপাম।
          দেহ ভৰা কলিকো ধৰম হৰি-নাম।।

          গুৰু কেৰুৱালি ৰাম অনুকুল বাৱ।
          হৰিগুণ গায়া ভৱ সাৰ কুলাৱ।।

          আশা সকল গৰল কৰ দূৰ।
          নাম অমিয়া পানে কৰ পূৰ।।

          কহয় মাধৱ দাস গতি নাহি আন।
          সজ্জন জনৰ সঙ্গ লেহু অগিয়ান।।

No comments:

Post a Comment